
NEZINE's Podcast
NEZINE's Podcast is the audio bridge to India's Northeast
NEZINE's Podcast
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:লোপামুদ্ৰা ভট্টাচাৰ্যৰ উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন ৰ বিষয়ে লেখক লক্ষ্মী সন্দিকৈয়ে কৰা এটি পৰ্যালোচনা
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক লেখক লক্ষ্মী সন্দিকৈয়ে গল্পকাৰ, ঔপন্যাসিক লোপামুদ্ৰা ভট্টাচাৰ্যৰ ভ্ৰমণমূলক উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন (আঁক-বাকৰ দ্বাৰা প্ৰকাশিত)ৰ বিষয়ে কৰা এটি পৰ্যালোচনা ।
সংগীত-প্রিয়ানুজ পৰাশৰ
Literature and Society in Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to writer Lakshmi Handique’s review of the Assamese novel Jivan, Bhraman, Anuranan by short story writer and novelist Lopamudra Bhattacharya and published by Aank Baak Publication.
Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better
Download NEZINE App to keep listening to NEZINE's podcast