NEZINE's Podcast

উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে কৰা এটি আলোচনা

NEZINE

Use Left/Right to seek, Home/End to jump to start or end. Hold shift to jump forward or backward.

0:00 | 7:44

উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে  তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই ‘আণ্ডাৰ দ্য শাল ট্ৰি’ নাট্য উৎসৱৰ মাজেৰে নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে কৰা এটি আলোচনা 
সংগীত-প্রিয়ানুজ পৰাশৰ

Creative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, young short story writer and theatre activist Srotaswinee Tamuly sheds light on the initiative of renowned theatre artiste and founder of Badungduppa Kalakendra-late Sukracharjya Rabha who took theatre closer to the people through a unique theatre concept-Under the Sal Tree. 

Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better


Support the show

Download NEZINE App to keep listening to NEZINE's podcast