NEZINE's Podcast

গুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰাল

NEZINE

গুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰাল 

নিজাইন পডকাষ্ট: নৰ্থ ইষ্ট এডুকেচনেল ট্ৰাষ্টৰ উদ্যোগত গঢ় লৈ উঠা এটি বিশেষ সামুহিক পুথিভঁৰালৰ বিষয়ে কিছু কথা । এই বিশেষ পুথিভঁৰালটিৰ বিষয়ে কৈছে  পুথিভঁৰালটিৰ সহ-প্রতিষ্ঠাপক আৰু গৱেষক পৰিস্মিতা গগৈয়ে । গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে থকা এই পুথিভঁৰালত বিশেষকৈ শিশুসকলৰ বাবে আনন্দময় পৰিৱেশত অধ্যয়নৰ সুযোগ সৃষ্ট কৰাৰ লগতে সামাজিক বিষয়বোৰৰ সন্দৰ্ভতো সজাগ কৰি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হয়। সংগীত-প্রিয়ানুজ পৰাশৰ 

A special community library in  Guwahati 

NEZINE’s Podcast: A special podcast on the community library of North East Educational Trust (NEET) in Guwahati. NEET Community library Co-founder Parismita Gogoi has spoken about this initiative in this podcast. Apart from providing the space and ecosystem for joyful learning for children, this community library has also been making efforts to build awareness among them on social issues.  Music: Priyanuj Parashar

Download NEZINE App to keep listening to NEZINE's podcast