
NEZINE's Podcast
NEZINE's Podcast is the audio bridge to India's Northeast
NEZINE's Podcast
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা
•
NEZINE
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা। অঞ্জুলা ভূঞা বৰা গুৱাহাটীৰ অম্বিকাগিৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদালয়ৰ প্ৰাক্তন অধ্যক্ষ। সংগীত- প্ৰিয়ানুজ পৰাশৰ
Literature and society in Northeast: Writer, teacher Anjula Bhuyan Borah discusses reflection of the Assamese calendar month Aghon in literature. Anjula Bhuyan Borah is a retired Principal of Ambikagiri Girls' Higher Secondary School, Guwahati. Music[ Priyanuj Parashar
Download NEZINE App to keep listening to NEZINE's podcast