
NEZINE's Podcast
NEZINE's Podcast is the audio bridge to India's Northeast
NEZINE's Podcast
কেনডিড্ টক ফ্ৰম নৰ্থ ইষ্ট- বিশিষ্ট সাহিত্য়িক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস –‘জছনাৰ ঝিটাছ’ৰ এটি আলোচনা
•
NEZINE
কেনডিড্ টক ফ্ৰম নৰ্থ ইষ্ট- বিশিষ্ট সাহিত্য়িক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস –‘জছনাৰ ঝিটাছ’ৰ এটি আলোচনা। আলোচকসকল ক্ৰমে সাহিত্য় সমালোচক আৰু সম্পাদক ড০ অসীম চুতীয়া, ঔপন্য়াসিক আৰু গল্পকাৰ জুৰি বৰা বৰগোহাঞি, গল্পকাৰ ড০ জুৰি বৰুৱা । আলোচনাটিৰ আঁত ধৰিছে নিজাইনৰ কাৰ্যবাহী সম্পাদক ৰত্না ভৰালী তালুকদাৰ
Download NEZINE App to keep listening to NEZINE's podcast