NEZINE's Podcast

দিলীপ শৰ্মা অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় — ড° পৰমানন্দ মজুমদাৰ

NEZINE

Use Left/Right to seek, Home/End to jump to start or end. Hold shift to jump forward or backward.

0:00 | 38:21

গণশিল্পী দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিয়ে গুৱাহাটীত ২৫ জানুৱাৰী, ২০২৬ ত  আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট  চিন্তাবিদ,  লেখক, সম্পাদক আৰু নিবন্ধকাৰ  ড° পৰমানন্দ মজুমদাৰে প্ৰদান কৰা স্মাৰক বক্তৃতা । গণশিল্পী গৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ড° মজুমদাৰে তেখেতৰ বক্তৃতাত দিলীপ শৰ্মা অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় বুলি কয় । 

ফটো - সমীৰ চোধুৰী 

Photo- Samir Choudhury  

Support the show

Download NEZINE App to keep listening to NEZINE's podcast